অসম

assam

ETV Bharat / state

ছুইফট্ ডিজায়াৰৰ খুন্দাত থিতাতে নিহত পাচলি ব্যৱসায়ী - মহতীয়াই নিয়াৰ ফলত থিতাতে মৃত্যু হয়

লক-ডাউনৰ মাজতে মৰিগাঁৱত ভয়ংকৰ দুৰ্ঘটনা ৷ চাৰিচকীয়া বাহনৰ খুন্দাত থিতাতে নিহত পাচলি ব্যৱসায়ী ৷

Morigaon accident one dead
দূৰ্ঘটনা সংঘটিত কৰা বাহন

By

Published : Apr 29, 2020, 12:17 PM IST

Updated : Apr 29, 2020, 8:52 PM IST

মৰিগাঁও, 29 এপ্ৰিল :দেশত লক-ডাউন অব্যাহত থকাৰ সময়তেই মৰিগাঁৱৰ ভূৰাগাঁৱৰ ফলিহামাৰী পামত পুৱা তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতেই মৃত্যু হয় দুলু ডেকা নামৰ এগৰাকী পাচলি ব্যৱসায়ীৰ ৷ বৰডোৱা পাঁচ আলিৰ লোকজনে চাইলেৰে শাক - পাঁচলি লৈ আহি থকা সময়তে AS-21H-2776 নম্বৰৰ ৰঙা ছুইফট্ ডিজায়াৰ এখনে পাচলি ব্যৱসায়ীজনক মহতীয়াই নিয়াৰ ফলত থিতাতে মৃত্যু হয় ব্যৱসায়ীজনৰ ৷

ছুইফট্ ডিজায়াৰৰ খুন্দাত থিতাতে নিহত পাচলি ব্যৱসায়ী

বৰ্তমানে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : আন্তঃ জিলা যাতায়তৰ বাবে পৰিবহণ বিভাগৰ নতুন নিয়ম

Last Updated : Apr 29, 2020, 8:52 PM IST

ABOUT THE AUTHOR

...view details