অসম

assam

ETV Bharat / state

লক ডাউনৰ চতুৰ্থটো দিনত মৰিগাঁৱত নিমাওমাও পৰিৱেশ - MORIGAON 4 TH DAY LOCK DOWN OVER ALL SITUATION GROUND REPORT

লক ডাউনৰ আজি চতুৰ্থ দিন। চতুৰ্থ দিনৰ নিশা মৰিগাঁৱৰ সামগ্ৰিক পৰিবেশ কেনে এই সন্দৰ্ভত মৰিগাঁৱৰ সাংবাদিকৰ তুল ডেকাৰ এক প্ৰতিবেদন...

লক ডাউনৰ চতুৰ্থটো দিনত মৰিগাঁৱত নিমাওমাও পৰিৱেশ
লক ডাউনৰ চতুৰ্থটো দিনত মৰিগাঁৱত নিমাওমাও পৰিৱেশ

By

Published : Mar 28, 2020, 11:17 PM IST

মৰিগাঁও,28 মাৰ্চঃ নিজক আৰু দেশক বচাবলৈ মৰিগাঁওবাসী প্ৰতিশ্ৰুতিবদ্ধ। চতুৰ্থ দিনাও ঘৰতে গৃহবন্দী হৈ থাকিল মৰিগাঁওবাসী। ৰাজপথ শূণ্য। ফাৰ্মাচীৰ আৰু গেলামালৰ দোকানত দুই এক মানুহৰ উপস্থিতি দেখা গ'ল যদিও ৰাজপথত দেখা নগ'ল মানুহৰ উপস্থইতি। আনহাতে লক ডাউনৰ সময়ছোৱাত ৰাইজৰ যাতে অসুবিধা নহয় তাৰবাবে জিলা প্ৰশাসন,পৌৰসভা,কৃষি বিভাগ,যোগান বিভাগ আৰু সংবাদ কৰ্মীৰ সহযোগত ঘৰে ঘৰে গৈ শাক পাচলিৰ প্ৰদান কৰা হয় সুলভ মূল্যত ৷

লক ডাউনৰ চতুৰ্থটো দিনত মৰিগাঁৱত নিমাওমাও পৰিৱেশ
লগতে চাওকঃ স্ক্ৰীনিঙৰ বাবে NEHUৰ অধ্যাপকে উদ্ভাৱন কৰিলে 'থাৰ্মেল গান'

ABOUT THE AUTHOR

...view details