মৰিগাঁও,12 ডিচেম্বৰ : মৰিগাঁৱত শুকুৰবাৰে বিধায়িকা আঙুৰলতা ডেকাৰ নতুন ৰূপ । তিৱা সৰলা ৰূপত নাচি-বাগি চলাইছে নিৰ্বাচনী প্ৰচাৰ । চাৰিপুনীয়া চাবুকধৰাত তিৱা লোকসাজ পৰিধান কৰি তিৱা লোকগীত পৰিবেশনেৰে এক অন্য ৰূপত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বিধায়িকা আঙুৰলতা ডেকা ৷
বিটিচি নিৰ্বাচনৰ পাচত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ চলাই বিধায়িকা আঙুৰলতা ডেকাই নৃত্য-গীতৰ মাজেৰে জীপাল কৰি তোলে মৰিগাঁৱৰ নিৰ্বাচনী সভা ।