মৰিগাঁও,10 মাৰ্চ: শনিবাৰে মৰিগাঁৱত অনুষ্ঠিত হয় জাতীয় মুকাভিনয়মহোৎসৱ । মৰিগাঁৱৰ সাংস্কৃতিক অনুষ্ঠান মুখা সংস্কৃতিৰ উদ্যোগত মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই মহোৎসৱ উদ্ধোধন কৰে গুৱাহাটীৰ মাইম একাডেমীৰপৰিচালক তথা ৰাজ্যৰ জনপ্ৰিয় মুকাভিনেতা মইনুল হকে ।
মৰিগাঁৱত মুকাভিনয় মহোৎসৱ - মাইম একাডেমী
মৰিগাঁৱৰ সাংস্কৃতিক অনুষ্ঠান মুখা সংস্কৃতিৰ উদ্যোগত মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই মহোৎসৱ উদ্ধোধন কৰে গুৱাহাটীৰ মাইম একাডেমীৰ পৰিচালক তথা ৰাজ্যৰ জনপ্ৰিয় মুকাভিনেতা মইনুল হকে । ৰাজ্যৰ কেইবাজনো মুকাভিনেতাক সম্বৰ্ধনা জনোৱা হয় অনুষ্ঠানটোত ৷
![মৰিগাঁৱত মুকাভিনয় মহোৎসৱ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2652382-82-699528ac-4ab6-4502-a2b8-43704641848f.jpg)
মৰিগাঁৱত মুকাভিনয় মহোৎসৱ
মৰিগাঁৱত মুকাভিনয় মহোৎসৱ
মৰিগাঁৱৰউদীয়মান মুকাভিনেতা মুকুন্দ নাথে আঁত ধৰা অনুষ্ঠানটোত ৰাজ্যৰ কেইবাজনো মুকাভিনেতাক সম্বৰ্ধনা জনোৱা হয় । ইপিনে মৰিগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত এই অনুষ্ঠানটোত গুৱাহাটীৰ মাইম একাডেমীৰ মুকাভিনয়ৰ দলে মুকাভিনয় প্ৰদৰ্শনেৰে উপস্থিত দৰ্শকসকলক মুগ্ধকৰি তুলে ।