মৰিগাওঁ, 24 ছেপ্তেম্বৰ : সময়ৰ আহ্বানত সকলো অনায়াসে কৰি আহিছে অসমীয়া মহিলাই । মৰিগাঁও চহৰৰ পচতীয়াৰ বাসিন্দা অঞ্জলিয়ে এখন চাইকেলকেই সংগী কৰি লৈছে ৷ এই চাইকেলখনত এটা ট্ৰাংক,আগে পিছে বিভিন্ন কাপোৰৰ বেগ লৈ তেখেতে গাঁৱৰ বিভিন্ন প্ৰান্তত ব্যৱসায়ৰ বাবে প্ৰতিদিনেই ওলাই আহে ৷
কাপোৰ ফেৰীৰে জীৱন সংগ্ৰাম চলাইছে অঞ্জলি দাসে