মৰিগাঁও, 27 জানুৱাৰী : অহা 4 ফেব্ৰুৱাৰীত মৰিগাঁৱৰ দলবাৰীত অনুষ্ঠিত হ'ব সদৌ গৰীয়া মৰীয়া দেশীয় জাতীয় পৰিষদৰ কেন্দ্ৰীয় অভিৱৰ্তন ৷ এই উপলক্ষে বুধবাৰে মৰিগাঁৱৰ দলবাৰীত অভিৱৰ্তনৰ লাইখুঁটা আনুষ্ঠানিক ভাৱে স্থাপন কৰা হয় ৷
গৰীয়া মৰীয়া দেশীয় জাতীয় পৰিষদৰ কেন্দ্ৰীয় অভিৱৰ্তনৰ লাইখুঁটা স্থাপন - goriya moriya jatiya parisad central conference
সদৌ গৰীয়া মৰীয়া দেশীয় জাতীয় পৰিষদৰ কেন্দ্ৰীয় অভিৱৰ্তন অহা 4 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ৷ মৰিগাঁৱৰ দলবাৰীত অনুষ্ঠিত হ'ব এই অধিবেশন ৷ এই উপলক্ষে বুধবাৰে মৰিগাঁৱৰ দলবাৰীত অভিৱৰ্তনৰ লাইখুঁটা আনুষ্ঠানিক ভাৱে স্থাপন কৰা হয় ৷

গৰীয়া মৰীয়া দেশীয় জাতীয় পৰিষদৰ কেন্দ্ৰীয় অভিৱৰ্তন লাইখুঁটা স্থাপন
গৰীয়া মৰীয়া দেশীয় জাতীয় পৰিষদৰ কেন্দ্ৰীয় অভিৱৰ্তনৰ লাইখুঁটা স্থাপন
অধিৱেশনৰ লাইখুঁটা স্থাপন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক পিনাকী ভূষণ মহন্তই ৷ উল্লেখ্য যে, গৰীয়া মৰীয়া দেশীয় জাতীয় পৰিষদৰ কেন্দ্ৰীয় অভিৱৰ্তন এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে বুলি জানিবলৈ দিছে উদ্যোক্তা মণ্ডলীয়ে ৷
লগতে পঢ়ক : পুনৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে সৌৰৱ গাংগুলীক