মৰিগাঁও, 30 ছেপ্তেম্বৰঃ জাগীৰোডত আটক ভুৱা চিকিৎসক ৷ আৰক্ষীয়ে জনোৱা অনুসৰি ৰিয়াজ উদ্দিন নামৰ লোকজনে জাগীৰোডৰ এখন ফামাৰ্চীত দীৰ্ঘদিন ধৰি চিকিৎসা প্ৰদান কৰি আহিছিল ৷ ইতিমধ্যে আৰক্ষীয়ে 330/2020/ u/s 419/420/406/471 IPCত ৰিয়াজ উদ্দিনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি মৰিগাঁও জিলা আদালতলত উপস্থিত কৰায় ৷
মৰিগাঁও আৰক্ষীৰ জালত ভুৱা চিকিৎসক
মৰিগাঁও আৰক্ষীৰ জালত ভুৱা চিকিৎসক ৷ ৰিয়াজ উদ্দিন নামৰ লোকজনে জাগীৰোডৰ এখন ফামাৰ্চীত দীৰ্ঘদিন ধৰি চিকিৎসা প্ৰদান কৰি আহিছিল ৷
মৰিগাঁও আৰক্ষীৰ জালত ভুৱা চিকিৎসক