অসম

assam

ETV Bharat / state

বুধবাৰৰ পৰা পবিতৰা অভয়াৰণ্যত বন্ধ হ’ব হাতী ছাফাৰী

7 অক্টোবৰৰ পৰা 2018-19 বৰ্ষৰ বাবে মুকলি কৰা হৈছিল হাতী ছাফাৰী

বুধবাৰৰ পৰা পবিতৰা অভয়াৰণ্যত বন্ধ হ’ব হাতী ছাফাৰী

By

Published : May 1, 2019, 1:42 PM IST

মৰিগাওঁ, 1 মে’: বুধবাৰৰ পৰা পবিতৰা অভয়াৰণ্যত পৰ্যটকৰ বাবে বন্ধ হ’ব হাতী ছাফাৰী ৷ ইয়াৰ লগতে ১৫ মে'ৰ পৰা বন্ধ হ'ব জীপ ছাফাৰী । অভয়াৰণ্যখনৰ বনাঞ্চলিক বিষয়া মুকুল তামুলীয়ে সাংবাদিকক জনায় এই তথ্য ।
যোৱা 7 অক্টোবৰৰ পৰা 2018-19 বৰ্ষৰ বাবে মুকলি কৰা হৈছিল হাতী ছাফাৰী আৰু জীপ ছাফাৰী ।

ABOUT THE AUTHOR

...view details