অসম

assam

ETV Bharat / state

মৰিগাঁৱত প্ৰদৰ্শন কণ্ঠকৰামৰ সাধু - মৰিগাঁৱৰ জিলা পুথিভঁড়াল

বুধবাৰে মৰিগাঁৱত প্ৰদৰ্শন কৰা হয় কণ্ঠকৰামৰ সাধু শীৰ্ষক এখন নাটক ৷ মৰিগাঁৱৰ জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত প্ৰদৰ্শন কৰা এই নাটকখন পৰিচালনা কৰে এনএছডিয়ান জ্যোতি নাৰায়ণ নাথে ৷

drama-play-in-morigaon
মৰিগাঁৱত প্ৰদৰ্শন কণ্ঠকৰামৰ সাধু

By

Published : Apr 8, 2021, 5:20 PM IST

মৰিগাঁও,8এপ্ৰিল:বুধবাৰে মৰিগাঁৱত প্ৰদৰ্শন কৰা হয় কণ্ঠকৰামৰ সাধু শীৰ্ষক এখন নাটক ৷ মৰিগাঁৱৰ জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত প্ৰদৰ্শন কৰা এই নাটকখন পৰিচালনা কৰে এনএছডিয়ান জ্যোতি নাৰায়ণ নাথে ৷

মৰিগাঁৱত প্ৰদৰ্শন কণ্ঠকৰামৰ সাধু

তদুপৰি নাট্যকাৰ পূৰ্ণ কান্ত নাথে ৰচনা কৰা এই নাটকখন নিবেদন কৰে মৰিগাঁৱৰ অন্যতম নাট্যদল উইংছে ৷ আনহাতে,নাট্য সাহিত্যৰ নৱৰসেৰে সকলো শ্ৰেণীৰ দৰ্শকক মুহিব পৰাকৈ সৃষ্টি কৰা এই নাটক উপভোগ কৰি আনন্দিত হৈ পৰে উপস্থিত নাট্য়প্ৰেমী ৰাইজ ৷

লগতে পঢ়ক:নাহৰৰ দেশত স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন

ABOUT THE AUTHOR

...view details