অসম

assam

ETV Bharat / state

ভোট গণনাৰ বাবে সাজু মৰিগাঁও জিলা প্ৰশাসন

ৰাজ্যৰ চৈধ্যটা লোকসভা সমষ্টিৰ লেখীয়াকৈ দহ নং নগাঁও লোকসভাৰ সমষ্টিৰ ভোটগণনাৰ বাবে সাজু মৰিগাঁও জিলা প্ৰশাসন । দহ নং নগাঁও লোকসভাৰ সমষ্টি অন্তৰ্গত মৰিগাঁও,জাগীৰোড আৰু লাহৰীঘাট তিনিটা বিধানসভা সমষ্টিৰ বাবে মৰিগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব ভোটগণনা

ভোট গণনাৰ বাবে সাজু মৰিগাঁও জিলা প্ৰশাসন

By

Published : May 18, 2019, 9:47 PM IST

মৰিগাঁও,18 মে': আগন্তুক সপ্তদশ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে সাজু মৰিগাঁও জিলা প্ৰশাসন। শনিবাৰে সংবাদ মেল সম্বোধন কৰি এই বিষয়ে জনালে মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই ।

ভোট গণনাৰ বাবে সাজু মৰিগাঁও জিলা প্ৰশাসন

ৰাজ্যৰ চৈধ্যটা লোকসভাৰ সমষ্টিৰ লেখীয়াকৈ দহ নং নগাঁও লোকসভা সমষ্টিৰ ভোটগণনাৰ বাবে সাজু মৰিগাঁও জিলা প্ৰশাসন। দহ নং নগাঁও লোকসভাৰ সমষ্টিৰ অন্তৰ্গত মৰিগাঁও,জাগীৰোড আৰু লাহৰীঘাট তিনিটা বিধানসভা সমষ্টি বাবে মৰিগাঁও মহাবিদ্যালয় অনুষ্ঠিত হ'ব ভোটগণনা। পুৱা ৮ বজাৰ পৰা হ'বলগীয়া ভোট গণনাৰ বাবে প্ৰতিটো সমষ্টিৰ বাবে থাকিব ১৪ খনকৈ গণনা মেজ । ইয়াৰ বিপৰীতে থাকিব এজন কৈ আৰ এ অ বিষয়া।

ABOUT THE AUTHOR

...view details