অসম

assam

ETV Bharat / state

শতবৰ্ষ গৰকা অসমৰ এখন ঐতিহ্যমণ্ডিত পূজাথলী - মৰিগাঁও

মধ্য অসমৰ শতবৰ্ষ গৰকা ঐতিহ্যমণ্ডিত পূজাথলীৰ এক ব্য়তিক্ৰমী পদক্ষেপ ৷ ক'ভিড প্ৰটকলৰ বাবে সকলো কাৰ্যসূচী বাতিল কৰি দুখীয়া ৰাইজৰ বাবে বিতৰন কৰিলে খাদ্য় আৰু বস্ত্ৰ ৷

celebrated durga puja at Morigaon
শতবৰ্ষ গৰকা অসমৰ এখন ঐতিহ্যমণ্ডিত পূজাথলী

By

Published : Oct 24, 2020, 4:13 PM IST

মৰিগাঁও,24 অক্টোবৰ :আজি মহা অষ্টমী। ৰাজ্যৰ পূজাথলী সমূহত বিৰাজ কৰিছে এক আধ্যাত্মিক পৰিবেশ । মধ্য অসমৰ শতবৰ্ষ গৰকা ঐতিহ্যমণ্ডিত পূজাথলী হৈছে জালুগুটি সাৰ্বজনীন পূজা মন্দিৰ । এইবেলি শতবৰ্ষ উদযাপনৰ বাবে বৃস্তিত কাৰ্যসূচীৰ পৰিকল্পনা কৰিছিল উদযাপন সমিতিয়ে ।

শতবৰ্ষ গৰকা অসমৰ এখন ঐতিহ্যমণ্ডিত পূজাথলী

কিন্তু ক'ভিড প্ৰটকলৰ বাবে সকলো কাৰ্যসূচী বাতিল কৰিবলগীয়া হ'ল যদিও উদযাপন সমিতিয়ে দুখীয়া ৰাইজৰ বাবে বিতৰন কৰিলে খাদ্য় আৰু বস্ত্ৰ। ইফালে বৃস্তিত কাৰ্যসূচীৰ পৰিবৰ্তে বৈদিক ৰীতিৰেই উদযাপন কৰা হ'ল ষষ্ঠী,সপ্তমী আৰু অষ্টমীৰ পূজাভাগ ।
লগতে পঢ়ক:দীপাৱলীত অযোধ্যাত জ্বলোৱা হ'ব 5.5 লাখ চাকি

ABOUT THE AUTHOR

...view details