মৰিগাঁও, 2 অক্টোবৰ :পেলনীয়া সামগ্ৰী তথা আৰ্বজনাৰে পৰিপূৰ্ণ এটা ডাষ্টবিন। এই ডাষ্টবিনটোত নিচাজাতীয় দ্ৰব্য, সুৰাৰ বটল, পানীবটল,কাপোৰ গ্লাচ, জোটা- চেণ্ডললৈ । এক কদৰ্যময় পৰিবেশ । প্ৰকৃততে এয়া পেলনীয়া সামগ্ৰী আবৰ্জনা ৰখা স্বচ্চ ভাৰতৰ আধুনিক ডাষ্টবিন নহয় । এয়া মৰিগাঁৱৰ বীৰ চিলাৰায় উদ্যানৰ দৃশ্যহে।
মৰিগাঁও-গুৱাহাটী পথৰ দাঁতিত থকা এই উদ্যান খনৰ উন্নয়নৰ বাবে 2006-07 বিত্তীয় বৰ্ষত জিলা উন্নয়ন পুঁজিৰে উদ্ধোধন কৰিছিল তদানীন্তন মৰিগাঁও সমষ্টিৰ বিধায়িকা জোনজোনালী বৰুৱাই ।