মৰিগাঁও, 6 জানুৱাৰী :অহা 10 জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব অসম সত্ৰ মহাসভাৰ সমন্বয় মহাসভা ৷ প্ৰায় ১ লাখ ভক্তৰ উপস্থিতিত সনাতন বৈষ্ণৱ ধৰ্মৰ গুৰু সকলক লৈ এই সমন্বয় সমাৰোহ অনুষ্ঠিত হ'ব ৷ এই মন্তব্য় কৰিছে অসম সত্ৰ মহাসভাৰ বিষয়ববীয়াই ৷
10 জানুৱাৰীত গুৱাহাটীত অসম সত্ৰ মহাসভাৰ বিশাল সমন্বয় মহাসভা - সমন্বয় মহাসভা
10 জানুৱাৰীত প্ৰায় 1 লাখ ভক্তৰ উপস্থিতিত গুৱাহাটীত অনুষ্ঠিত হ'ব অসম সত্ৰ মহাসভাৰ সমন্বয় মহাসভা ৷ সনাতন বৈষ্ণৱ ধৰ্মৰ গুৰু সকলক লৈ এই সমন্বয় সমাৰোহ অনুষ্ঠিত হ'ব ৷
![10 জানুৱাৰীত গুৱাহাটীত অসম সত্ৰ মহাসভাৰ বিশাল সমন্বয় মহাসভা Assam Sattra Mahasabha's Big Combination Mahasabha will held at Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10134138-890-10134138-1609897144681.jpg)
10জানুৱাৰীত গুৱাহাটীত অসম সত্ৰ মহাসভাৰ বিশাল সমন্বয় মহাসভা
10 জানুৱাৰীত গুৱাহাটীত অসম সত্ৰ মহাসভাৰ বিশাল সমন্বয় মহাসভা
ইপিনে মঙলবাৰে অসম সত্ৰ মহাসভাৰ সমন্বয় যাত্ৰাৰ দল মৰিগাঁৱত উপস্থিত হোৱাৰ পিছতে শ্ৰী শ্ৰী গোবিন্দ ভৱন সীতা সত্ৰত দলটোক আদৰণী জনোৱা হয় ৷ আনহাতে গুৱাহাটীত অন্ত পৰে অসম সত্ৰ মহাসভাৰ এই সমন্বয় যাত্ৰা ৷
লগতে পঢ়কঃদুৰ্ঘটনাত পতিত বায়ুসেনাৰ Mig 21 বাইচন:সুৰক্ষিত অৱস্থাত 2 পাইলট