মৰিগাঁও, 10 নৱেম্বৰঃ ক'ৰণা কেন্দ্ৰীক পৰিস্থিতিৰ মাজতে মঙলবাৰে পৰ্যটকৰ বাবে মুকলি হ'ল অসমৰ অন্যতম পৰ্যটন থলি পবিতৰা অভৰাৰণ্য । পুৱা 8 বজাতে নাৰিকল ভাঙি পবিতৰা অভৰাণ্য পৰ্যটকৰ বাবে মুকলি কৰে অসম চৰকাৰৰ বন আৰু পৰিবেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যয় ৷
পৰ্যটকৰ বাবে মুকলি হ'ল পবিতৰা - পৰ্যটক
মঙলবাৰে পুৱা 8 বজাতে নাৰিকল ভাঙি পবিতৰা অভৰাণ্য পৰ্যটকৰ বাবে মুকলি কৰিলে অসম চৰকাৰৰ বন আৰু পৰিবেশ মন্ত্ৰী শুক্লবৈদ্যই ৷ মুকলি অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক তথা ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ূষ হাজৰিকা ৷
পৰ্যটকৰ বাবে মুকলি হ'ল পবিতৰা
মন্ত্ৰীজনে জীপ আৰু হাতী চাফাৰীৰে ভ্ৰমণ কৰি পহিতৰা মুকলি কৰা অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক তথা ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ূষ হাজৰিকা ৷ উল্লেখ্য যে,পৰ্যটকে ভ্ৰমণৰ সময়ত সম্পৰ্ণ কোভিড প্ৰ'টকল পালন কৰিব ৷
লগতে পঢ়কঃ বিহাৰত আৰম্ভ হৈছে ভোটগণণা