মৰিগাঁও, 10 নৱেম্বৰঃ ক'ৰণা কেন্দ্ৰীক পৰিস্থিতিৰ মাজতে মঙলবাৰে পৰ্যটকৰ বাবে মুকলি হ'ল অসমৰ অন্যতম পৰ্যটন থলি পবিতৰা অভৰাৰণ্য । পুৱা 8 বজাতে নাৰিকল ভাঙি পবিতৰা অভৰাণ্য পৰ্যটকৰ বাবে মুকলি কৰে অসম চৰকাৰৰ বন আৰু পৰিবেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যয় ৷
পৰ্যটকৰ বাবে মুকলি হ'ল পবিতৰা - পৰ্যটক
মঙলবাৰে পুৱা 8 বজাতে নাৰিকল ভাঙি পবিতৰা অভৰাণ্য পৰ্যটকৰ বাবে মুকলি কৰিলে অসম চৰকাৰৰ বন আৰু পৰিবেশ মন্ত্ৰী শুক্লবৈদ্যই ৷ মুকলি অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক তথা ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ূষ হাজৰিকা ৷
![পৰ্যটকৰ বাবে মুকলি হ'ল পবিতৰা as-mrg-10-thnov-pabitora-rtu-805-vis-img-bt-as10005](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9496707-234-9496707-1604993317386.jpg)
পৰ্যটকৰ বাবে মুকলি হ'ল পবিতৰা
পৰ্যটকৰ বাবে মুকলি হ'ল পবিতৰা
মন্ত্ৰীজনে জীপ আৰু হাতী চাফাৰীৰে ভ্ৰমণ কৰি পহিতৰা মুকলি কৰা অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক তথা ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ূষ হাজৰিকা ৷ উল্লেখ্য যে,পৰ্যটকে ভ্ৰমণৰ সময়ত সম্পৰ্ণ কোভিড প্ৰ'টকল পালন কৰিব ৷
লগতে পঢ়কঃ বিহাৰত আৰম্ভ হৈছে ভোটগণণা