অসম

assam

ETV Bharat / state

জাগীৰোডত যাত্ৰীবাহী বাছ আৰু ডাম্পাৰৰ মাজত মুখামুখী সংঘৰ্ষ

জাগীৰোডৰ দেওশালত যাত্ৰীবাহী বাছ আৰু ডাম্পাৰৰ মাজত মুখামুখী সংঘৰ্ষ, 7 জন যাত্ৰী আহত ৷

By

Published : Aug 27, 2019, 9:19 PM IST

জাগীৰোডত যাত্ৰীবাহী বাছ আৰু ডাম্পাৰৰ মাজত মুখামুখী সংঘৰ্ষ

  • জাগীৰোডৰ দেওশালত যাত্ৰীবাহী বাছ আৰু ডাম্পাৰৰ মাজত মুখামুখী সংঘৰ্ষ
  • যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল যাত্ৰীবাহী বাছখন
  • দুৰ্ঘটনাত 7 জন যাত্ৰী আহত হয়
  • আহত যাত্ৰী সকলক ন-খোলা চিকিৎসালত ভৰ্তি কৰোৱা হৈছে
    জাগীৰোডত যাত্ৰীবাহী বাছ আৰু ডাম্পাৰৰ মাজত মুখামুখী সংঘৰ্ষ

ABOUT THE AUTHOR

...view details