মৰিগাঁও, 9 ডিচেম্বৰ: তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ বাবে ৯ নং দমাল পৰিষদীয় সমষ্টি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে আম আদমি পাৰ্টীৰ মনোনীত প্ৰাৰ্থী নয়নজ্যোতি পাটৰে । সমষ্টিটোৰ অন্তৰ্গত মৰাকলং দমাল, টেঙাগুৰি আদি গাঁৱত বুধবাৰে দলীয় সমৰ্থকক লৈ নিৰ্বাচনী প্ৰচাৰ চলায় আপৰ নেত্ৰী গৰাকীয়ে ৷
তিৱা স্বায়ত্ব পৰিষদত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে আপৰ প্ৰাৰ্থীয়ে - পৰিষদীয় সমষ্টি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে
নং দমাল পৰিষদীয় সমষ্টি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে আম আদমি পাৰ্টীৰ মনোনীত প্ৰাৰ্থী নয়নজ্যোতি পাটৰে । তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ বাবে ৯ নং দমাল পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মৰাকলং দমাল, টেঙাগুৰি আদি গাঁৱত বুধবাৰে দলীয় সমৰ্থকক লৈ নিৰ্বাচনী প্ৰচাৰ চলায় আপৰ নেত্ৰী গৰাকীয়ে ৷
![তিৱা স্বায়ত্ব পৰিষদত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে আপৰ প্ৰাৰ্থীয়ে AAP candidate continues campaigning in Tiwa election](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9824170-146-9824170-1607532862473.jpg)
তিৱা স্বায়ত্ব পৰিষদত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে আপৰ প্ৰাৰ্থীয়ে
নয়নমণি পাটৰে সংবাদ মাধ্যম আগত সদৰী কৰা মতে আপৰ নেতা অৰবিন্দ কেজৰিৱালৰ নীতি আৰু আৰ্দশৰ বাবে 9 নং দমাল পৰিষদীয় সমষ্টি নিৰ্বাচনৰ বাবে স্বতঃস্ফূৰ্তভাৱে ৰাইজ আগবাঢ়ি আহিছে । সমান্তৰালভাৱে এইবাৰ দমাল পৰিষদীয় সমষ্টিটোত বিজেপি, কংগ্ৰেছ আৰু অগপৰ তিনিও গৰাকী প্ৰাৰ্থীৰ শিবিৰত ইতিমধ্যে খহনীয়া আৰম্ভ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে নয়নমণি পাটৰে ।
লগতে পঢ়ক: SI পৰীক্ষা কেলেংকাৰীৰ অভিযুক্ত সৰোজ শৰ্মাৰ জামিন আবেদন নাকচ