মৰিগাঁও,12নৱেম্বৰঃ মৰিগাঁৱৰ জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনৰ অধীনত স্থাপন কৰা এটা স্বাস্থ্য উপকেন্দ্ৰ দীৰ্ঘ দিন ধৰি মেৰামতি নকৰাৰ ফলত এজাক বৰষুণত পানী পৰি বেৰঘৰ জহিখহি গৈছে । ফলত এই কেন্দ্ৰটোলৈ আহিব নিবিচাৰে চিকিৎসক তথা চিকিৎসা কৰ্মীসকল। ইয়াৰ পৰিপ্ৰেক্ষিতত অঞ্চলটো ৰাইজৰ বাবে বুমেৰাং হৈ পৰিছে স্বাস্থ্য বিভাগৰ চৰকাৰী চিকিৎসা ব্যৱস্থা ।
ভালুকৰ সাঙীত পৰিণত মৰিগাঁৱৰ এটা উপ স্বাস্থ্য কেন্দ্ৰ - মন্ত্ৰী পীয়ূষ হাজৰিকা
মৰিগাঁৱত ভালুকৰ সাঙীত পৰিণত এটা চৰকাৰী স্বাস্থ্য উপকেন্দ্ৰ। জহিখহি যোৱা উপক্ৰম হৈছে কেন্দ্ৰটো তথাপি কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷
ভালুকৰ সাঙীত পৰিণত মৰিগাঁৱৰ এটা উপ স্বাস্থ্য কেন্দ্ৰ