অসম

assam

By

Published : Nov 29, 2020, 10:30 AM IST

ETV Bharat / state

কবিতা পাঠেৰে জন্মদিন উদযাপন কৰিলে কবি নন্দ সিং বৰকলাই

"বৰষুণত তিতি জীয়াই আছোঁ তোমাৰ প্ৰেমত " শীৰ্ষক বিশেষ কবিতা আবৃত্তিৰে জন্মদিন উদযাপন কৰিলে ৰাজ্যৰ বিশিষ্ট কবি-সাহিত্যিক তথা সুদক্ষ আৰক্ষী বিষয়া ডঃ নন্দ সিং বৰকলাই ৷

nanda singh borkola
নিজৰ কবিতা পাঠ কৰি জন্মদিন উদযাপন কৰিলে কবি নন্দ সিং বৰকলাই

মৰিগাঁও, 29 নৱেম্বৰ :আজি বিশিষ্ট কবি তথা শব্দ ৰত্ন বঁটা প্ৰাপক ডঃ নন্দ সিং বৰকলাৰ 49 সংখ্যক ওপজা দিন ৷ ৰাজ্যৰ সাহিত্য জগতৰ এইজন উজ্জ্বল ভোটা তৰাই অতিক্ৰম কৰিলে 48 টা বসন্ত ৷

নিজৰ কবিতা পাঠ কৰি জন্মদিন উদযাপন কৰিলে কবি নন্দ সিং বৰকলাই

ৰাজ্যৰ বিশিষ্ট কবি-সাহিত্যিক তথা সুদক্ষ আৰক্ষী বিষয়া ডঃ নন্দ সিং বৰকলাই কবিতা আবৃত্তিৰে উদযাপন কৰিলে 49 সংখ্যক ওপজা দিন । যি একেধাৰে কবি,সাহিত্যিক ,বক্তা আৰু এজন সুদক্ষ আৰক্ষী বিষয়া ৷ বিশিষ্ট কবি জনে কৰ্মব্যস্ততাৰ মাজতে মৰিগাঁৱৰ চৰকাৰী বাসভৱন লিখি উলিয়াইছে একাধিক কবিতা ৷ তেওঁ লিখা "বৰষুণত তিতি জীয়াই আছোঁ তোমাৰ প্ৰেমত " শীৰ্ষক বিশেষ কবিতা আবৃত্তিৰ জৰিয়তে উদযাপন কৰিলে কবিগৰাকীৰ 49 ওপজা দিন ৷

লগতে পঢ়ক:নামনি অসমৰ বিখ্যাত হাউলী ৰাস মহোৎসৱ অনুষ্টুপীয়াকৈ আয়োজনৰ সিদ্ধান্ত

ABOUT THE AUTHOR

...view details