মাজুলী, 23 মে':শনিবাৰে মাজুলীৰ ৰাওনা পাৰত জিলাখনৰ 20 খন গাঁও পঞ্চায়তৰ সদস্যৰ সকলে এক প্ৰতিবাদ সাব্যস্ত কৰে ৷ ক'ভিড প্ৰট'কল মানি প্ৰতিখন পঞ্চায়তৰ প্ৰতিনিধিয়ে চৰকাৰী কোনো সুবিধা লাভ নকৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে ৷ গণতান্ত্ৰিক সমাজ ব্যৱস্থাত দেশৰ সকলো জন প্ৰতিনিধিকে ভোটদান প্ৰক্ৰিয়াৰে নিৰ্বাচিত কৰা হয় তেনে সময়তে পঞ্চায়তৰ প্ৰতিনিধি সকলক কিয় চৰকাৰে প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত কৰা হয় বুলিও ক্ষোভ প্ৰকাশ কৰে প্ৰতিনিধিসকলে ৷
নতুন চৰকাৰ খনৰ প্ৰতি পঞ্চায়তৰ জন প্ৰতিনিধি সকলে নীতিগতভাৱে কেতবোৰ সুবিধা প্ৰদানৰ দাবী উত্থাপন কৰিছে ৷ প্ৰতিনিধিসকলৰ দাবী সমূহ হ'ল-
1. অনাদায় 21 মাহৰ জলপানি 1500/-টকা অতিশীঘ্ৰে মোকোলাই দিব লাগে।