আজি মাজুলীত উপ-নিৰ্বাচনৰ ভোটযুদ্ধ
আজি অৰ্থাৎ সোমবাৰে অনুষ্ঠিত হৈছে মাজুলী উপ-নিৰ্বাচনৰ(Majuli By Election 2022) ভোটদান প্ৰক্ৰিয়া ৷ ভোটযুদ্ধৰ পুৱাই গড়মূৰ আঞ্চলিক শ্ৰী শ্ৰী নীলকণ্ঠ শিৱ মন্দিৰ আৰু মাতৃৰ সমাধিস্থলীত সেৱা ল'লে বিজেপি সমৰ্থিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামে(Bjp Candidate Bhuban Gam) ৷
বহিঃৰাষ্ট্ৰৰ মাজেৰে জল পৰিবহণৰ সূচনা অসমৰ ইতিহাসৰ মাইলৰ খুটি: মুখ্যমন্ত্রী
পাটনাৰ পৰা পাণ্ডুত উপস্থিত হোৱা প্ৰথমখন মালবাহী জাহাজ ‘এম ভি লালবাহাদুৰ শাস্ত্ৰী’ক আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (Motor vessel Lal Bahadur Shastri)। 1800 মেট্ৰিক টন টাটা ষ্টীল কঢ়িয়াই হালদিয়াৰ পৰা পাণ্ডু অভিমুখে আহি আছে আন এখন মলবাহী জাহাজ ।
সমাপ্ত হ’ল পৌৰ নিৰ্বাচন 2022
দেওবাৰে সমগ্ৰ অসমৰ ৮০ খন পৌৰ সভাৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় । দুই এটা বিক্ষিপ্ত ঘটনাৰ বাদে শান্তিপূৰ্ণভাৱে সমাপ্ত হয় এই নিৰ্বাচন ৷
পৌৰসভা নিৰ্বাচনত বিজেপি আৰু মিত্ৰজোঁটে লাভ কৰিব লগীয়া আসনৰ হিচাপ দিলে ভবেশ কলিতা
‘‘পৌৰসভা নিৰ্বাচনত বিজেপি তথা মিত্ৰ দলসমূহে সমগ্ৰ অসমতেই বিজয় সাব্যস্ত কৰিব ৷’’ পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজতেই এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ (Bhabesh Kalita comments on municipal election)৷
Food Poisoning : পৌৰ নিৰ্বাচনৰ খাদ্যই বিপদ মাতিলে নিৰ্বাচনত নিয়োজিত কৰ্মচাৰীৰ
পৌৰসভা নিৰ্বাচনত নিয়োজিত কৰ্মচাৰী আৰু আৰক্ষী সকলৰ খাদ্যত বিষক্ৰিয়া ৷ নিৰ্বাচনৰ বাবে গন্তব্য স্থানলৈ যোৱাৰ পূৰ্বে গ্ৰহণ কৰা খাদ্যই বিপদ মাতিলে কৰ্মচাৰী সকললৈ(Elections Employee sick due to food poisoning) ৷