ত্ৰিপুৰাত আৰক্ষীক ছুৰিকাঘাত বিজেপি সমৰ্থকৰ
ত্ৰিপুৰাত উপ-নিৰ্বাচনৰ বাবে ভোট গ্ৰহণ চলি থকাৰ মাজতে অঘটন । আৰক্ষী কৰ্মীক ছুৰিকাঘাত বিজেপিৰ সমৰ্থকৰ । সাংবাদিককো আক্ৰমণ ।
২৫ জুনৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানত গৰমৰ বন্ধ
ৰাজ্যৰ শিক্ষানুষ্ঠানখনসমূহৰ গৰমৰ বন্ধ ঘোষণা কৰা হৈছে (Summer Vacation declared in Assam) । পূৰ্বতকৈ আগুৱাই দিয়া হৈছে গৰমৰ বন্ধ । ২৫ জুনৰ পৰা ২৫ জুলাইলৈকে এমাহ গৰমৰ বন্ধ পাব ছাত্ৰ-ছাত্ৰীসকলে ।
জয়ছেলমাৰত দুষ্প্ৰাপ্য হৰিণৰ মৃত্যু অব্যাহত, সৌৰ কোম্পানীৰ বিৰুদ্ধে অভিযোগ
শেহতীয়া দুটা দিনত প্ৰায় ১৩টাকৈ এই দুষ্প্ৰাপ্য প্ৰজাতিৰ চিংকাৰা হৰিণৰ মৃতদেহ উদ্ধাৰ হৈছে । এই ক্ষেত্ৰত বন্য়প্ৰাণীপ্ৰেমীসকলৰ সন্দেহ, সৌৰ কোম্পানীটোৰ ফালৰ পৰাই এই হৰিণসমূহ হত্যা কৰা হৈছে । ইডেন সৌৰ কোম্পানীৰ বিৰুদ্ধে গোচৰো তৰা হৈছে (Case registered against Eden Solar Plant)।
হোটেল ৰেডিচনৰ ৰিম'ট চলাইছে কোনে
মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিৱৰ্তনক লৈ উত্তাল দেশ । সকলোতে চলিছে ব্য়াপক চৰ্চা । গুৱাহাটীত বাহৰ পতা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলৰে বিজেপিৰ মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ কুচ-কাৱাজ ( BJPs strategy for government in Maharashtra) । দিল্লী আৰু দিছপুৰৰ মাজত চলিছে সঘন যোগাযোগ ।
১ লাখ কোটিৰে ভাৰতে অৰুণাচলত নিৰ্মাণ কৰিব দ্বিতীয় বৃহত্তম নদীবান্ধ
চীনৰ নদীবান্ধক প্ৰতিৰোধ কৰিবলৈ (China-India dam conflict) ভাৰতে অৰুণাচল প্ৰদেশৰ য়িংকিঙত ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মাণ কৰিব দ্বিতীয় বৃহত্তম নদীবান্ধ (India to construct river dam at Arunachal) । ইয়াৰ বাবে বিনিয়োগ হ'ব প্ৰায় 113,000 কোটি টকা । বান্ধটোৰ অৱস্থান আৰু জলাশয়ৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ উচ্চতা 280-300 মিটাৰ হ'ব ৷