ETV Bharat Exclusive interview : কৃষকমুক্তি সংগ্ৰাম সমিতিৰ সভাপতিৰ ৰাজু বৰাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ
কৃষকমুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ (Exclusive interview with KMSS president Raju Bora) ৷ কা’ প্ৰত্যাহাৰৰ দাবীৰ (Demand for repeal of CAA) পৰা এক ইঞ্চিও বিচলিত নোহোৱাৰ হুংকাৰ কৃষক মুক্তিৰ সভাপতি গৰাকীৰ ৷ লগতে বৃহৎ নদী বান্ধ, ভূমি পট্টা প্ৰদান আদি বিষয়তো আন্দোলন কৰাৰ কথা প্ৰকাশ কৰিলে ৰাজু বৰাই ৷
Cattle Preservation Amendment Bill: বিধানসভাত গৃহীত গো-সুৰক্ষা সংশোধনী বিধেয়ক
অৱশেষত বিধানসভাত গৃহীত হ'ল গো-সুৰক্ষা আইন সংশোধনী বিধেয়ক (Cattle Preservation Amendment Bill passed in assembly) । বিৰোধীৰ তীব্ৰ বিৰোধিতাৰ মাজতো যোৱা অধিৱেশনত শাসক পক্ষই সদনত ধ্বনি ভোটৰ দ্বাৰা গৃহীত কৰিছিল । পূৰ্বৰ সেই আইনখনৰে কেতবোৰ সংশোধনী আনি বিধেয়ক উত্থাপন কৰা হয় ।
কৰ্ণাটক বিধানসভাত গৃহীত Right to Freedom of Religion Bill 2021
কৰ্ণাটক বিধানসভাত গৃহীত হ’ল Right to Freedom of Religion Bill 2021 ৷ এই বিধেয়কৰ জৰিয়তে প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনো ব্যক্তিকেই নিজৰ ধৰ্ম সলনি কৰিবলৈ বাধ্য কৰিব নোৱাৰিব ৷
Assam assembly winter session: কয়লা আৰু বাৰ্মিজ চুপাৰীৰ সৰবৰাহৰ ক্ষেত্রত আহিব নতুন SOP
বিধানসভাত ৰাজ্যৰ কয়লাৰ খনন আৰু পৰিবহণ সন্দৰ্ভত বিতৰ্ক (Debate on mining and transportation of coal in assembly)। বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰীৰ ঘোষণা, কয়লা খনন-পৰিবহণ আৰু বাৰ্মিজ চুপাৰি সন্দৰ্ভত নতুন এছ অ' পি প্ৰকাশ কৰিব অসম চৰকাৰে ।
Morigaon police firing: ৰজনীকান্তক গুলীওৱাৰ বিৱৰণ দিলে আৰক্ষী অধীক্ষকে
লাহৰীঘাটৰ জেঙৰবড়ী গাঁৱৰ ৫০ বছৰীয়া ৰজনীকান্ত দৈমাৰীয়ে একে গাঁৱৰে ছয়, সাত আৰু ন বছৰীয়া তিনি নাবালিকাক ফুচুলাই নি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল (Minor girl rape in Morigaon) । এই ঘটনা সংঘটিত হোৱাৰ পিছতেই লাহৰীঘাট আৰক্ষীয়ে গোচৰ ৰুজু কৰি পলাতক অৱস্থাৰ পৰা গ্ৰেপ্তাৰ কৰে ৰজনীকান্ত দৈমাৰীক ৷