AASU protest against Price hike : বয়-বস্তুৰ চৰা দামৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ ৰাজ্য
বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ৰাজ্যৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই অভাৱনীয় মূল্যবৃদ্ধিৰ বাবে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ(AASU protest against Price hike) ৷ এই প্ৰতিবাদত অংশগ্ৰহণ কৰে উত্তম লখিমপুৰ, যোৰহাট, শিৱসাগৰ, জোনাই, গোলাঘাট আৰু হোজাইৰ কাকী আঞ্চলিক ছাত্ৰ সন্থাৰ আছুৰ কৰ্মকৰ্তাসকলে ৷
ধেমাজিত সন্দেহযুক্ত নাগৰিক আটক
ধেমাজিত এজন সন্দেহযুক্ত নাগৰিক আটক (Suspected person in Dhemaji) ৷ আৰক্ষীৰ সোধ পোচত কোনো তথ্য ভালদৰে দিব পৰা নাই লোকজনে ৷
গোলাঘাটত শোকাৱহ পথ দুৰ্ঘটনা: ঘটনাস্থলীতে নিহত এজন
গোলাঘাটৰ টৰফাট গাঁৱত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Road accident in Golaghat) । দুৰ্ঘটনাটোত নিহত হৈছে ৰুবুল গগৈ নামৰ এজন লোক (One person died in road accident in Golaghat) ৷ আনহাতে, গুৰুতৰভাৱে আহত হৈছে ভাগ্য বৰা নামৰ আন এজন লোক (One person injured in road accident)।
Death of Encounter victim: আলফা(স্বা)ৰে সম্পৰ্ক নাছিল এনকাউণ্টাৰত নিহত সুৰজ গগৈৰ
অসম আৰক্ষীৰ এনকাউণ্টাৰত আহত হোৱা শিৱসাগৰৰ সুৰজ গগৈৰ বুধবাৰে মৃত্যু হোৱাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা(স্বা)য়ে (ULFA I reacts on death of Suraj Gogoi) ৷ আলফা(স্বা)ৰ লগত সম্পৰ্ক থকাৰ সন্দেহত আটক কৰাৰ পিছত এনকাউণ্টাৰ কৰা সুৰজ গগৈ সংগঠনটোৰ সৈতে জড়িত নাছিল বুলি এক বিবৃতিৰ জৰিয়তে স্পষ্ট কৰিছে আলফা(স্বা)য়ে ৷
ছয় বছৰত ৰাজ্যত সংঘটিত হৈছে ৬,১৯২ টা হত্যাকাণ্ড
ৰাজ্যখনত দৈনিক গড়ে তিনিটাকৈ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় । তথ্য মতে হত্যাকাণ্ডৰ উপৰি বিগত 6 বছৰত ৰাজ্যত চুৰিৰ ৬৩,১১১ টা, ডকাইতিৰ ১০৪৮ টা, ধর্ষণৰ ৯,৬৩৮ টা, অপহৰণৰ ৩৪,২৮৩ টা, বেংক লুটৰ ৭ টা, অন্ধবিশ্বাসৰ ফলত হোৱা হত্যা ২৯ টা আৰু লুণ্ঠনৰ ৫,৪৪০ টা ঘটনা পোহৰলৈ আহিছে (Many murders have taken place in Assam) ।