অসম

assam

By

Published : Mar 3, 2019, 8:45 PM IST

ETV Bharat / state

মাজুলীত শিৱৰাত্ৰীৰ প্ৰাক ক্ষণত সৰ্প ৰঙালাও

গাৱঁখনত বিৰাজ কৰিছে এক আধ্যাত্মিক পৰিবেশ

Breaking News


মাজুলী,3মাৰ্চঃ মাজুলী দক্ষিণপাট কৈৱত্ত গাঁৱত এজোপা ৰঙা লাওৰ গছে ল'লে সৰ্পফেনা আকৃতি । এগৰাকী মহিলাই সপোনত দেখিছে এই বিস্ময়কৰ ঘটনাটি । তাকে লৈ গাঁও খনৰ পুৰুষ মহিলাৰ লগতে বিভিন্ন ঠাইৰ পৰা ভক্তই আৰম্ভ কৰিছে ৰঙালাও জোপাত পূজা ।

মহিলাগৰাকীৰ মতে ভগৱান শিৱৰ সৰ্প ফেনা অৱতাৰ হেনো এয়া । এই বিস্ময়কৰ ঘটনাই গাৱঁখনত বিৰাজ কৰিছে এক আধ্যাত্মিক পৰিবেশ ।

ABOUT THE AUTHOR

...view details