মাজুলী, 28 মে’ :বুধবাৰে মাজুলীৰ ভকত চাপৰিৰ খহনীয়া হোৱা ঠাই ফেৰীৰে পৰিদৰ্শন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালে ৷ সোণোৱালৰ লগতে চাপৰিৰ খহনীয়া পৰিদৰ্শন কৰে মন্ত্ৰী বিমল বৰা আৰু পীযুষ হাজৰিকাই ।
মাজুলীত খহনীয়া ৰোধৰ প্ৰতিশ্ৰুতি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ - ফেৰী
বুধবাৰে ভকত চাপৰিত খহনীয়া হোৱা ঠাই পৰিদৰ্শন কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে পীযুষ হাজৰিকা আৰু বিমল বৰাই ৷

ভকত চাপৰিত খহনীয়া পৰিদৰ্শন কৰিলে সৰ্বানন্দ সোণোৱালে
ভকত চাপৰিত খহনীয়া পৰিদৰ্শন কৰিলে সৰ্বানন্দ সোণোৱালে
আনহাতে, খহনীয়া গ্ৰস্ত অঞ্চলৰ সাধাৰণ ৰাইজৰ লগত ফেৰীৰ পৰাই বাৰ্তালাপ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে পীযুষ হাজৰিকা আৰু বিমল বৰাই । ইয়াৰ লগতে মন্ত্ৰী কেইগৰাকীয়ে খহনীয়াগ্ৰস্ত ৰাইজক অতি সোনকালে ৰাইজৰ সকলো সমস্যাৰ সমাধান কৰিব বুলি আশ্বাস দিয়ে।
লগতে পঢ়ক : শিৱসাগৰত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত লোকক সাহায্য প্ৰদান