অসম

assam

ETV Bharat / state

মাজুলীত মনোনয়ন দাখিল কৰিলে সৰ্বানন্দ সোণোৱালে - মাজুলীত মনোনয়ন দাখিল কৰিলে সৰ্বানন্দ সোণোৱালে

মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু অগপ সভাপতি অতুল বৰা উপস্থিতিত মাজুলী জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

মাজুলীত মনোনয়ন দাখিল কৰিলে সৰ্বানন্দ সোণোৱালে
মাজুলীত মনোনয়ন দাখিল কৰিলে সৰ্বানন্দ সোণোৱালে

By

Published : Mar 9, 2021, 2:22 PM IST

মাজুলী,9 মাৰ্চ:আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মনোনয়ন দাখিল কৰিলে মাজুলীত ৷ পুৱাৰ ভাগতেই মাজুলীৰ শান্তিপূৰৰ হৰিমন্দিৰত এক আধ্যাত্মিক কাৰ্যসূচীত অংশ লৈ অসমৰ প্ৰতিজন লোকৰ পৰা মৰম আৰু আশীষ বিছাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু অগপ সভাপতি অতুল বৰা উপস্থিতিত মাজুলী জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে সৰ্বানন্দ সোণোৱালে ৷

মাজুলীত মনোনয়ন দাখিল কৰিলে সৰ্বানন্দ সোণোৱালে

উল্লেখ্য যে, সোমবাৰে গৃহ জিলা মাজুলীত উপস্থিত হোৱাৰ পাচতে প্ৰায় ১০,০০০ লোকে হৰ্ষোল্লাসেৰে আদৰণি জনাইছিল মুখ্যমন্ত্ৰী গৰাকীক ৷

লগতে পঢ়ক:আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ABOUT THE AUTHOR

...view details