অসম

assam

By

Published : Oct 18, 2019, 2:24 PM IST

ETV Bharat / state

মাজুলীৰ গান্ধী সংকল্প যাত্ৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মাজুলীৰ গান্ধী সংকল্প যাত্ৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ আউনী আটী সত্ৰৰ আকাশ বন্তি অনুষ্ঠানতো ভাগ ল’ব মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মাজুলীৰ গান্ধী সংকল্প যাত্ৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মাজুলী, 18 অক্টোবৰঃ মাজুলীত গান্ধী সংকল্প যাত্ৰাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ গড়মূৰ মিনি ষ্টেডিয়ামৰ পৰা ১৫ কিলোমিটাৰ খোজ কাঢ়ি শোভাযাত্ৰাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সন্ধিয়া দেউৰী গাঁৱৰ নলনী পথাৰৰ ধাননি পথাৰত বন্তি প্ৰজ্বলন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে আউনীআটী সত্ৰৰ আকাশ বন্তি অনুষ্ঠানতো ভাগ ল’ব মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মাজুলীৰ গান্ধী সংকল্প যাত্ৰাৰ পৰাই সমূহ অসমবাসীলৈ কাতি বিহুৰ শুভেচ্ছা জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details