মাজুলীত উদ্ধাৰ এটা শৰ পহু - মাজুলী
বনবিভাগে উদ্ধাৰ কৰে পহুটো ৷ পহুটো মাজুলীৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যলৈ প্ৰেৰণ কৰা হ'ব ৷
![মাজুলীত উদ্ধাৰ এটা শৰ পহু](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2733359-1008-f17af58c-1439-48a1-8eee-f75570d878a6.jpg)
মাজুলীত উদ্ধাৰ এটা শৰ পহু
মাজুলী , ১৯ মাৰ্চ : মাজুলীৰ মাজৰ চাপৰিত বনবিভাগে এটা শৰ পহু উদ্ধাৰ কৰে । সামান্য আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হৈছে পহুটো।
মাজুলীত উদ্ধাৰ এটা শৰ পহু