এফালে ,যদি বিস্কুটৰ দৰে খাইছে জলন্ত অঙঠা,আনফালে আকৌ পানীত ভাসমান অৱস্থাত 30 টাকৈ আসন আৰু নিজাকৈ উদ্ভাৱন কৰা কিছু সাঁতোৰৰ কচৰৎ কৰি দেখুৱাইছেমাজুলীৰ ৰতনপুৰ গাঁৱৰ ৰিদিপ শইকীয়াই ৷
5 মিনিটত 1000 টা জ্বলন্ত অঙঠা ভক্ষণ ৰিদিপৰ - এছিয়া বুক অৱ ৰেকৰ্ডছ
জ্বলন্ত অঙঠা খাই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ, এছিয়া বুক অৱ ৰেকৰ্ডছকে আদি কৰি তিনিটাকৈ ৰেকৰ্ড আঁজুৰাৰ লগতে ইণ্ডিয়াছ গট টেলেন্ট আৰু ইণ্ডিয়া বনেগা মঞ্চ নামৰ দুটাকৈ ৰিয়েলেটি শ্ব'ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে মাজুলীৰ ৰিদিপ শইকীয়া ৷
![5 মিনিটত 1000 টা জ্বলন্ত অঙঠা ভক্ষণ ৰিদিপৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2860698-652-7d6c6e35-69f0-4b0e-83e8-adb9187b701a.jpg)
5 মিনিটত 1000 টা জ্বলন্ত অঙঠা ভক্ষণ ৰিদিপৰ
5 মিনিটত 1000 টা জ্বলন্ত অঙঠা ভক্ষণ ৰিদিপৰ
এটা,দুটা নহয়, 5 মিনিটত 1000 টা জ্বলন্ত অঙঠা ভক্ষণ কৰিগীনিছ বুক অৱ ৰেকৰ্ড খিতাপৰ বাবে প্ৰস্তুতি চলাইছেৰিদিপে ৷
ইতিমধ্যে জ্বলন্ত অঙঠা খাই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ, এছিয়া বুক অৱ ৰেকৰ্ডছকে আদি কৰি তিনিটাকৈ ৰেকৰ্ড আঁজুৰাৰ লগতে ইণ্ডিয়াছ গট টেলেন্ট আৰু ইণ্ডিয়া বনেগা মঞ্চ নামৰ দুটাকৈ ৰিয়েলেটি শ্ব'ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰিদিপশইকীয়া ৷