অসম

assam

ETV Bharat / state

মাজুলীত পূৰ্ণ গতিত চলিছে ৰাস মহোৎসৱ - বৃন্দাবন

এতিয়া মাজুলী যেন দ্বিতীয় বৃন্দাবনলৈ পৰিণত হৈ পৰিছে । কৃষ্ণৰ বাঁহীৰ অমীয়া সুৰত মতলীয়া হৈ পৰিছে গোপীসকল । খোল-তাল, বাঁহীৰ সুৰে মাজুলীত সৃষ্টি কৰিছে এক আধ্যাত্মিক পৰিৱেশৰ ।

Ras Mahotsava in majuli
মাজুলীত পূৰ্ণ গতিত চলিছে ৰাস মহোৎসৱ

By

Published : Dec 1, 2020, 9:13 PM IST

মাজুলী, 1 ডিচেম্বৰঃ শৰৎ আহিলেই উন্মনা হৈ পৰে মাজুলী । এতিয়া মাজুলী যেন দ্বিতীয় বৃন্দাবনলৈ পৰিণত হৈ পৰিছে। কৃষ্ণৰ বাঁহীৰ অমীয়া সুৰত মতলীয়া হৈ পৰিছে গোপীসকল । খোল-তাল,বাঁহীৰ সুৰে মাজুলীত সৃষ্টি কৰিছে এক আধ্যাত্মিক পৰিৱেশৰ । পূৰ্ণ গতিত চলা এই ৰাস মহোৎসৱ চাবলৈ এতিয়া দেশ-বিদেশৰ হাজাৰ হাজাৰ লোক আহিছে মাজুলীলৈ । মাজুলীৰ ৰাসৰ দৃশ্যাংশই আপ্লুত কৰিছে সকলোকে ৷ যাৰ বাবে সত্র আৰু ৰংগমঞ্চ সমূহতো পুৱালৈকে দেখা পোৱা গ'ল দেশ-বিদেশৰ লোকক।

মাজুলীত পূৰ্ণ গতিত চলিছে ৰাস মহোৎসৱ

ABOUT THE AUTHOR

...view details