মাজুলী,15 জুলাইঃ সোমবাৰে বান পৰিস্থিতিৰ বুজ ল'বলৈ বিয়লি ৬.৩০ বজাত মাজুলীত উপস্থিত হয় হস্ততাঁত আৰু বস্ত্ৰ দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্ত ৷
মুখ্যমন্ত্ৰী নিৰ্দেশত মাজুলীত মন্ত্ৰী ৰঞ্জিত দত্ত
সোমবাৰে বান পৰিস্থিতিৰ বুজ ল'বলৈ বিয়লি ৬.৩০ বজাত মাজুলীত উপস্থিত হয় হস্ততাঁত আৰু বস্ত্ৰ দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্ত ৷
মুখ্যমন্ত্ৰী নিৰ্দেশত মাজুলীত মন্ত্ৰী ৰঞ্জিত দত্ত
উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন তথা বিভিন্ন বিভাগৰ মূৰব্বী সকলৰ লগত এখন বৈঠকত মিলিত হয় জিলাখনৰ বান পৰিস্থিতিত প্ৰশাসনৰ ফালৰ পৰা হাতত লোৱা কাৰ্য ব্যৱস্থাৱলীৰ খতিয়ান ল'য় মন্ত্ৰীগৰাকীয়ে ৷ জলসম্পদৰ মথাউৰি সমূহ মেৰামতি কৰি মন্ত্ৰীজনে মঙলবাৰে পুৱা জিলাখনৰ বানাক্ৰান্ত এলেকা আৰু সাহাৰ্য শিবিৰ পৰিদৰ্শন কৰিব ।