অসম

assam

ETV Bharat / state

"নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কংগ্ৰেছৰ ৰাজনীতি"

মাজুলীত সাংসদ প্ৰদান বৰুৱাৰ নিৰ্বাচনী প্ৰচাৰ । প্ৰতিশ্ৰুতি প্ৰদান কৰাতকৈ কৰ্মতহে অধিক গুৰুত্ব প্ৰদান কৰে বুলি প্ৰকাশ বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ।

By

Published : Mar 29, 2019, 7:23 PM IST

MAJULI PRADAN BARUAH

মাজুলী,29 মাৰ্চ : বিজেপিক জয়যুক্ত কৰিলেহে ৰক্ষা পৰিব অসমৰ অস্তিত্ব । মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য আগবঢ়াই লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই ।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কংগ্ৰেছৰ ৰাজনীতি

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কংগ্ৰেছৰ ৰাজনীতি বুলি মন্তব্য কৰে বৰ্তমানৰ সাংসদ গৰাকীয়ে। পুত্ৰক বিজয়ী কৰিবলৈকে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই ৰাজনীতি কৰা বুলি কয় প্ৰাৰ্থী গৰাকীয়ে । প্ৰতিশ্ৰুতি প্ৰদান কৰাতকৈ কৰ্মতহে অধিক গুৰুত্ব প্ৰদান কৰে বুলি প্ৰকাশ কৰে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ।ইয়াৰোপৰি মাজুলীক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ চেষ্টা বিজেপিয়ে চেষ্টা অব্যাহত ৰাখিব বুলিও মন্তব্য আগবঢ়াই সাংসদগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details