প্ৰিয়ংকাৰ সফলতাত গৌৰবান্বিত মাজুলীবসী - PRIYANKA'S ACHIEVEMENT BRINGS JOY TO MAJULI
সদৌ অসম ভিত্তিত অনুষ্ঠিত এথলেটিক প্ৰতিযোগিতাত গৌৰৱ কঢ়িয়াই মাজুলীত উপস্থিত প্ৰিয়ংকা হাজৰিকা । স্ব ভূমিত উষ্ম আদৰণি প্ৰিয়ংকাক ৷ মাজুলীৰ দেওদিয়া আটী গাঁৱৰ মনোজ হাজৰিকা কন্যা প্ৰিয়ংকায় মাজুলী হৈ প্ৰতিনিধিত্ব কৰি মেটলি ৰিলে দৌৰত উজ্বলি উঠে ৷

মাজুলী, 29 অক্টোবৰ: সদৌ অসম ভিত্তিত অনুষ্ঠিত এথলেটিক প্ৰতিযোগিতাত গৌৰৱ কঢ়িয়াই মাজুলীত উপস্থিত প্ৰিয়ংকা হাজৰিকা । স্ব ভূমিত উষ্ম আদৰণি প্ৰিয়ংকাক ৷ মাজুলীৰ দেওদিয়া আটী গাঁৱৰ মনোজ হাজৰিকা কন্যা প্ৰিয়ংকায় মাজুলী হৈ প্ৰতিনিধিত্ব কৰি মেটলি ৰিলে দৌৰত উজ্বলি উঠে ৷ দশম শ্ৰেণী ছাত্ৰী গৰাকীক বিদ্যালয় ছাত্ৰ ছাত্ৰী সকলে উস্ম আদৰণি জনাই স্বগৃহ পৰা বিদ্যালয়লৈ লৈ যায় ৷ মধ্য মাজুলী পাৰিজাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যয়ণৰত ছাত্ৰী প্ৰিয়ংকা । বিদ্যালয় চৌহদৰ পৰা ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক সকলোৱে মাঙ্গলিক ধব্বনিৰে উস্ম আদৰণি জনাই প্ৰিয়ংকাক ৷ লগতে প্ৰিয়ংকাৰ সফলতাত উৎফুল্লিত বিদ্যালয় কতৃপক্ষ ।
TAGGED:
PEOPLE OF MAJULI JOYOUS