অসম

assam

By

Published : Aug 27, 2019, 7:27 PM IST

ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সমষ্টিত যমৰ যাতনা ভুগিছে জনসাধাৰণে

মুখ্যমন্ত্ৰীৰ নিজা সমষ্টিত উন্নয়নৰ নমুনা ৷ কলৰ ভূৰেৰে বিদ্যালয়লৈ বিপদসংকুল যাত্ৰা কণ কণ ছাত্ৰ-ছাত্ৰীৰ ৷ বাঁহৰ দলঙেৰে চিকিৎসাৰ বাবে যাতায়ত কৰিব নোৱাৰে ৰোগীয়ে ৷

মাজুলী পহুমৰা ঘাটৰ দুৰাৱস্থা

  • মাজুলীৰ ফুলনি পঞ্চায়তৰ পহুমৰা ঘাটত ৰাইজৰ হাহাকাৰ
  • যাতায়তৰ সুবিধাৰ পৰা এতিয়াও বঞ্চিত সৰ্বানন্দ সোণোৱালৰ সমষ্টিবাসী
  • মৰণত শৰণ দি বাঁহৰ ভঙা দলঙেৰে যাতায়ত অব্যাহত লোকসকলৰ
  • কলৰ ভূৰেৰ বিদ্যালয়লৈ বিপদসংকুল যাত্ৰা কণকণ ছাত্ৰ-ছাত্ৰীৰ
  • ভগা বাঁহৰ দলঙেৰে পাৰাপাৰ নহয় 108 সেৱাও
  • বিগত দীৰ্ঘদিন ধৰি জীয়াতু ভুগি আহিছে প্ৰায় 20-30 খন গাঁৱৰ ৰাইজে
    মুখ্যমন্ত্ৰীৰ সমষ্টিত যমৰ যাতনা ভুগিছে জনসাধাৰণে

ABOUT THE AUTHOR

...view details