- পুনৰ মাজুলীত অঘটন
- ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ এখন যাত্ৰীবাহী ফেৰী
- পুৱা 8 বজাত অফলামুখৰ পৰা নিমাতী অভিমুখে গৈছিল ফেৰীখন
- ঘন কুঁৱলীৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ হৈ পৰে ফেৰীখন
- ৰপেক্স ফেৰীখনত প্রায় ১০০ যাত্রীসহ আঠখন চাৰিচকীয়া আৰু বহুকেইখন দুচকীয়া বাহন আছে
- কেইদিনমানৰ পূৰ্বেও কমলাবাৰী নিমাটী পাৰঘাটৰ মাজত চলাচল কৰা আন এখন ফেৰী এনেদৰেই নৈৰ মাজত আৱদ্ধ হৈ পৰিছিল