অসম

assam

By

Published : Aug 25, 2022, 11:57 AM IST

Updated : Aug 25, 2022, 12:24 PM IST

ETV Bharat / state

লুইতৰ বালিত আবদ্ধ যাত্ৰীবাহী ফেৰী

লুইতৰ বালিত আবদ্ধ যাত্ৰীবাহী ফেৰী (Passenger ferry stuck in Brahmaputra( । উত্তৰ লক্ষীমপুৰ ধুনাগুৰীৰ পৰা মাজুলী অভিমুখী আহি থকা অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনা । ফেৰীখনত অৰ্ধশতাধিক যাত্ৰীৰ লগতে এখন চাৰিচকীয়া বাহনসহ ২৫ খন বাইক থকা বুলি জানিব পৰা গৈছে ।

Passenger ferry stranded in Luit sand in majuli
লুইতৰ বালিত আবদ্ধ যাত্ৰীবাহী ফেৰী

  • লুইতৰ বালিত আবদ্ধ যাত্ৰীবাহী ফেৰী (Passenger ferry stuck in Brahmaputra)
  • উত্তৰ লক্ষীমপুৰৰ পৰা মাজুলী অভিমুখী আহি আছিল মা বৈষ্ণৱী নামৰ ফেৰীখন
  • ফেৰীখনত আবদ্ধ হৈ আছে অৰ্ধশতাধিক যাত্ৰী
  • লগতে আছে এখন চাৰিচকীয়া বাহনকে ধৰি ২৫ খন বাইক
  • প্ৰায় ডেৰ ঘণ্টা ধৰি আবদ্ধ হৈ আছে ফেৰীখন
Last Updated : Aug 25, 2022, 12:24 PM IST

ABOUT THE AUTHOR

...view details