অসম

assam

ETV Bharat / state

মাজুলীত সংবাদিক নিগ্ৰহ : আপকুৰ তীব্ৰ প্ৰতিবাদ - আপকুৰ তীব্ৰ প্ৰতিবাদ

এটা ব্যক্তিগত সংবাদ মাধ্যমৰ সাংবাদিকক হত্যাৰ অপচেষ্টা কৰিছিল ভেৰোণীয়া গুণ্ডাৰ এটি দলে ৷

মাজুলীত সংবাদিক নিগ্ৰহ : আপকুৰ তীব্ৰ প্ৰতিবাদ

By

Published : Aug 29, 2019, 9:19 PM IST

মাজুলী, 29 আগষ্ট:

  • সত্ৰ-নগৰী মাজুলীৰ সংবাদিক নিগ্ৰহৰ ঘটনাৰ তীব্ৰ প্ৰতিবাদ আপুকৰ
  • আপুকৰ মাজুলী জিলা সমিতিয়ে কৰিলে প্ৰতিবাদ
  • জিলা সদৰ গড়মূৰত ডি এ চি ৰ মুখ্য কাৰ্যবাহী মাধৱ দেউৰী প্ৰতিকৃতি দাহ
    মাজুলীত সংবাদিক নিগ্ৰহ : আপকুৰ তীব্ৰ প্ৰতিবাদ
  • প্ৰতিবাদত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আক্ৰাছুৰ সহযোগ
  • 4 ঘন্টাৰ ভিতৰত আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবী আপকুৰ

ABOUT THE AUTHOR

...view details