মাজুলী, 9 ডিচেম্বৰঃ সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছতেই মুখ্যমন্ত্ৰীৰ সমষ্টিত ক্ষোভৰ দাবানল ৷ কেব বিৰোধী প্ৰতিবাদত উত্তল হ'ল মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি ৷ মাজুলীৰ গড়মূৰত ছাত্ৰ সমাজে সাব্যস্ত কৰিলে বিশাল প্ৰতিবাদ ৷
মুখ্যমন্ত্ৰীৰ সমষ্টিত থুৱাই-থুৱাই প্ৰতিবাদ যুৱতীৰ - মাজুলী প্ৰতিবাদ
মাজুলীত মুখ্যমন্ত্ৰীৰ পুত্তলিকাত থুৱাই-থুৱাই প্ৰতিবাদ সাব্যস্ত কৰিলে গড়মূৰৰ ছাত্ৰ সমাজে
মুখ্যমন্ত্ৰীৰ সমষ্টিত থুৱাই-থুৱাই প্ৰতিবাদ যুৱতীৰ
প্ৰতিবাদস্থলীত মাজুলীৰ যুৱতীৰ ৰণচণ্ডী ৰূপ ৷ মুখ্যমন্ত্ৰীৰ পুত্তলিকাত থুৱাই-থুৱাই প্ৰতিবাদ সাব্যস্ত কৰিলে মাজুলীৰ যুৱতীয়ে ৷
Last Updated : Dec 9, 2019, 7:44 PM IST