মাজুলী,5 এপ্ৰিলঃ মাজুলী আৰক্ষী কঠোৰ হৈছে লক ডাউন ভংগকাৰীৰ বিৰুদ্ধে । ইতিমধ্যে ১২ দিন পাৰ হৈছে লক ডাউনৰ। মাজুলীত লক ডাউনৰ মাজতে একাংশ কাণ্ডজ্ঞানহীন ব্যক্তিৰ বাবে যেন এয়া এক উৎসৱ হৈ পৰিছে । প্ৰশাসনৰ কঠোৰ নিৰ্দেশনাৰ মাজতো নিয়ম ভংগ কৰি একাংশ লোকে মাছ মৰাৰ উৎসৱ পালন কৰিছে ৷
লক ডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ মাজুলী আৰক্ষী - লক ডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ মাজুলী আৰক্ষী
লক ডাউন উলংঘ কৰি মাজুলীত মাছ ধৰি থকা বহু কেইজন ব্যক্তিক আটক কৰে মাজুলী আৰক্ষীয়ে ৷
লক ডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ মাজুলী আৰক্ষী
লক ডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ মাজুলী আৰক্ষী
লক ডাউনৰ মাজতে মাজুলীৰ পতিয়াগাঁৱৰ দ বিলত মাছ ধৰিছিল একাংশ লোকে ৷ ইতিমধ্যে বনগাঁও আৰক্ষীয়ে মাছধৰা লোক সকলক আটক কৰাৰ লগতে জব্দ কৰিছে বহুখিনি মাছধৰা সামগ্ৰী ।
লগতে পঢ়কঃকৰ'ণা ভাইৰাছঃ গীতেৰে সজাগতা সৃষ্টিৰ বিনম্ৰ প্ৰয়াস ইটিভি ভাৰতৰ
TAGGED:
breaking lock down rules