অসম

assam

By

Published : Jul 2, 2019, 8:30 AM IST

Updated : Jul 2, 2019, 12:23 PM IST

ETV Bharat / state

মাজুলীত সন্ধানহীন বৃদ্ধ

4 জুনৰ পৰা মেৰাগড় মিছামাৰিৰ দোলন বণিয়া নামৰ লোকজন সন্ধানহীন হৈ আছে ৷ লোকজনৰ সম্ভেদ পালে 6003120447 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ কৰে পৰিয়ালটিৰ

মাজুলীত সন্ধানহীন বৃদ্ধ

মাজুলী,2জুলাই :মাজুলীত সন্ধানহীন বৃদ্ধ ৷ মাজুলী বনগাঁও আৰক্ষী চকীৰ অন্তৰ্গত মেৰাগড় মিছামাৰিৰ দোলন বণিয়া নামৰ লোকজন 4 জুনৰ পৰা সন্ধানহীন হৈ আছে ৷ প্ৰথম অৱস্থাত পৰিয়ালৰ লোকে দোলন বণিয়া নামৰ লোকজন কোনো আত্মীয়ৰ ঘৰলৈ যাব পাৰে বুলি সন্দেহ কৰিছিল ৷ কিন্তু 1জুলাই লৈকে ব্যাক্তিজনৰ কোনো সন্ধান নোলোৱাত পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী চকীত অৱগত কৰে ৷

মাজুলীত সন্ধানহীন বৃদ্ধ

ইফালে,আৰক্ষীৰ পৰা কোনো সঁহাৰি নোপোৱাত পৰিয়ালটো চিন্তিত হৈ কাষ চাপে সংবাদ মাধ্যমৰ ৷ কোনো সচেতন ব্যক্তিয়ে বৃদ্ধজনৰ সম্ভেদ পালে 6003120447 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ৷

Last Updated : Jul 2, 2019, 12:23 PM IST

ABOUT THE AUTHOR

...view details