অসম

assam

By

Published : Aug 7, 2020, 12:24 PM IST

ETV Bharat / state

মাজুলীৰ কুলামৰাত ভয়ংকৰ অগ্নিকাণ্ড

মাজুলীৰ কুলামৰাত মোহন পেগু নামৰ এজন লোকৰ ঘৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত জাহ যায় প্ৰায় লক্ষাধিক টকাৰ সা-সম্পত্তি ৷

Majuli Kulamara fire
মাজুলীৰ কুলামৰাত ভয়ংকৰ অগ্নিকাণ্ড

মাজুলী,7 আগষ্টঃ মাজুলীৰ কুলামৰাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড ৷ মোহন পেগু নামৰ এজন লোকৰ ঘৰত ছিলিণ্ডাৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ ৷ শুকুৰবাৰে পুৱাৰ ভাগতে সংঘটিত হৈছে অগ্নিকাণ্ডটো ৷ অগ্নিকাণ্ডত জাহ যায় প্ৰায় লক্ষাধিক টকাৰ সা-সম্পত্তি ৷

মাজুলীৰ কুলামৰাত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details