ETV Bharat / state
নিলম্বন কৰা হ’ল মাজুলী গড়মূৰ চিকিৎসালয়ৰ অধীক্ষকক - সংগীত জগতৰ উজ্বল প্ৰতিভা তেজশ্বীতা বৰুৱা
অকালতে হেৰাই গ’ল মাজুলীৰ সংগীত জগতৰ উজ্বল প্ৰতিভা তেজশ্বীতা বৰুৱা ৷ গড়মূৰ পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত শিল্পীগৰাকীৰ মৃত্যু হৈছিল । উপযুক্ত চিকিৎসাৰ অভাৱতে তেজশ্বীতা মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ইফালে এই ঘটনাৰ পাছতে নিলম্বন কৰা হৈছে চিকিৎসাখনৰ অধ্যক্ষ ডঃ অমূল্য গোস্বামীক (Majuli Garhmur hospital superintendent suspended) ৷
নিলম্বন কৰা হ’ল মাজুলী গড়মূৰ চিকিৎসালয়ৰ অধীক্ষকক
By
Published : Oct 6, 2022, 11:25 AM IST
| Updated : Oct 6, 2022, 2:13 PM IST
- অকালতে হেৰাই গ’ল সংগীত জগতৰ এগৰাকী উজ্বল প্ৰতিভা মাজুলীৰ তেজশ্বীতা বৰুৱা (Tezaswita Boruah dead)৷
- বুধবাৰে গড়মূৰ পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত মৃত্যু হৈছিল শিল্পীগৰাকীৰ
- উপযুক্ত চিকিৎসাৰ অভাৱতে তেজশ্বীতাৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে (Garmur District Civil Hospital)
- এই ঘটনাৰ পাচতে দণ্ডাধিশ পৰ্যায়ত তদন্তৰ নিৰ্দেশ জাৰি কৰিছে জিলা উপায়ুক্তই
- অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ কুমাৰ ফুকনৰ নেতৃত্বত আৰম্ভ হৈছে তদন্ত
- জিলা চিকিৎসালয়খনৰ অধীক্ষকজনক ইতিমধ্যে নিলম্বন কৰা হৈছে (Majuli Garhmur hospital superintendent suspended)
- স্বাস্থ্য বিভাগে নিলম্বন কৰা অধ্যক্ষজনৰ নাম ডঃ অমূল্য গোস্বামী
- বৰ্তমান হাস্পতালখনৰ অধ্যক্ষৰ দায়িত্ব অৰ্পন কৰা হৈছে ডঃ কিশোৰ কুমাৰ কামানক
নিলম্বন কৰা হ’ল মাজুলী গড়মূৰ চিকিৎসালয়ৰ অধীক্ষকক
Last Updated : Oct 6, 2022, 2:13 PM IST