অসম

assam

ETV Bharat / state

দীঘলতি দীঘল পাত, মাখিয়তী মাখি পাত, মাখি মাৰো জাত -জাত : গৰু বিহুক লৈ মাজুলীত উছাহ

আৰম্ভ হ’ল বাপতি সাহোন গৰু বিহু ৷ অসমীয়াই আশীৰ্বাদ বিচাৰিছে গো-ধনৰ শ্ৰীবৃদ্ধিৰ ৷

গৰু বিহুক লৈ মাজুলীত উছাহ

By

Published : Apr 14, 2019, 9:45 AM IST

মাজুলী , 14 এপ্ৰিল : আজি গৰু বিহু ৷ সমগ্ৰ ৰাজ্যতে গৰু বিহুক লৈ পাৰভঙা উছাহ ৷ উজনি-নামনিৰ লোক সকলৰ লগতে মাজুলীৰ দাক্ষিণপাট কুমাৰ গাঁৱৰ কৃষিজীৱি লোক সকলেও আজি মৰমৰ গৰুহালক পুৱাই মাহ হালধি , ন-পানীয়ে নোৱাই -ধুৱাই গো ধনৰ সুস্বাস্থ্যৰ কামনা কৰে ৷ লগতে গৃহস্থৰ অপাই অমংগল নহ’বৰ বাবে গো- দেৱতাক প্ৰাৰ্থনা কৰে চহা অসমীয়াই ৷

গৰু বিহুক লৈ মাজুলীত উছাহ

ABOUT THE AUTHOR

...view details