অসম

assam

By

Published : Jul 12, 2019, 11:01 PM IST

ETV Bharat / state

দলং নিৰ্মাণৰ দাবীৰে মাজুলীৰ অফলামুখ ফেৰী ঘাটত উত্তাল প্ৰতিবাদ

মাজুলীত আজিও স্থগিত হৈ আছে ফেৰী সেৱা। হাহাকাৰ ২ লক্ষ জনতাৰ। মাজুলী সংযোগী দলং নিৰ্মাণৰ দাবীত ফেৰীঘাটত উত্তাল প্ৰতিবাদ বানাক্ৰান্তৰ ৷

দলং নিৰ্মাণৰ দাবীৰে মাজুলীৰ অফলামুখ ফেৰী ঘাটত উত্তাল প্ৰতিবাদ

মাজুলী, 12 জুলাইঃ যোৱা 4 দিন ধৰি বন্ধ হৈ থকা মাজুলী ফেৰী সেৱাই অৱশেষত ধৈৰ্যৰ সকলো বান্ধ চেৰাই গৈ প্ৰতিবাদত বহিবলৈ বাধ্য কৰালে নদী-দ্বীপবাসীৰ একাংশ সচেতন যুৱক তথা পীড়িতক ৷ বানৰ মাজতে বন্ধ ফেৰী সেৱাৰ বাবে কাৰ্যত জলবন্দী হৈ আছে 2 লক্ষাধিক জনতা ৷ এতিয়াও এখন দলং নিৰ্মাণ নোহোৱাত প্ৰতিবাদত নামিল একাংশ বানাক্ৰান্ত ৷ চাওক এক প্ৰতিবেদন

দলং নিৰ্মাণৰ দাবীৰে মাজুলীৰ অফলামুখ ফেৰী ঘাটত উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details