অসম

assam

ETV Bharat / state

মাজুলীত বিহুনাচ কৰ্মশালা সম্পন্ন

ৰঙালীক আদৰাৰ বাৰে প্ৰস্তুতি সম্পন্ন মাজুলীবাসীৰ ৷ বিহুৰ কৰ্মশালা সম্পন্ন কৰে মাজুলীৰ দক্ষিণপাট কুমাৰ গাওঁৰ সেউজ মইনা পাৰিজাত যুৱক সংঘ, ৰেঙনী পুথিভৰালৰ কৰ্মকৰ্তাই ৷

By

Published : Apr 11, 2021, 11:04 PM IST

মাজুলীত বিহুনাচ কৰ্মশালা সম্পন্ন
মাজুলীত বিহুনাচ কৰ্মশালা সম্পন্ন

মাজুলী, 11 এপ্ৰিল : সমগ্ৰ ৰাজ্যতে হেপাহৰ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে, কভিড প্ৰটকলৰ মাজেৰে মাজুলীবাসীয়ে ৰঙালীক আদৰাৰ প্ৰস্তুতি সম্পন্ন কৰিছে ৷ মাজুলীৰ দক্ষিণপাট কুমাৰ গাওঁৰ সেউজ মইনা পাৰিজাত যুৱক সংঘ, ৰেঙনী পুথিভৰালৰ কৰ্মকৰ্তাৰ উদ্যোগত বিহুনাচৰ কৰ্মশালা আয়োজন কৰা হয় ৷

মাজুলীত বিহুনাচ কৰ্মশালা সম্পন্ন

কৰ্মশালাখনিত মাজুলীৰ দক্ষিণপাট কুমাৰ গাওঁৰ যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰে ৷ পাৰিজাত যুৱক সংঘৰ সদস্যই অঞ্চলটোত এটা ৰংগমঞ্চ নিৰ্মাণ কৰি দিবলৈ সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনায় ৷

লগতে পঢ়ক :বৰপেটাত কাৰাটে প্ৰতিযোগিতা

ABOUT THE AUTHOR

...view details