মাজুলী, 2 মেঃ বৈষ্ণৱ ছাত্ৰৰ চুলিকটা ঘটনাক লৈ বৰ্তমানেও উত্তাল হৈ আছে মাজুলী। ঘটনাক কেন্দ্ৰ কৰি মাজুলীৰ বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা গৈছে প্ৰতিবাদী কাৰ্যসূচীৰ।
বৈষ্ণৱ ছাত্ৰৰ চুলিকটা ঘটনাক লৈ বৰ্তমানেও উত্তপ্ত মাজুলী - নামনি মাজুলী ছাত্ৰ সন্থা
ঘটনাৰ মূল অভিযুক্ত প্ৰশান্ত দোলাকাষৰীয়াক শাস্তি মূলকভাৱে আঁহতগুৰী হাইস্কুললৈ বদলি কৰা হয় যদিও যোগদানত বাধা আৰোপ স্থানীয় ৰাইজ তথা নামনি মাজুলী ছাত্ৰ সন্থাৰ
![বৈষ্ণৱ ছাত্ৰৰ চুলিকটা ঘটনাক লৈ বৰ্তমানেও উত্তপ্ত মাজুলী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3172488-thumbnail-3x2-maju.jpg)
বৈষ্ণৱ ছাত্ৰৰ চুলিকটা ঘটনাক লৈ বৰ্তমানেও উত্তপ্ত মাজুলী
বৈষ্ণৱ ছাত্ৰৰ চুলিকটা ঘটনাক লৈ বৰ্তমানেও উত্তপ্ত মাজুলী
ঘটনাৰ মূল অভিযুক্ত মাজুলী আউনীআটী হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াক শাস্তি মূলকভাৱে বদলি কৰা হয় আঁহতগুৰী হাইস্কুললৈ ৷ কিন্তু আঁহতগুৰী হাইস্কুলত বিতৰ্কিত শিক্ষক জনক যোগদানত বাধা আৰোপ কৰে স্থানীয় ৰাইজ তথা অভিভাৱকৰ লগতে নামনি মাজুলী ছাত্ৰ সন্থাই।