অসম

assam

ETV Bharat / state

মাজুলীত অনিৰ্দিষ্ট কাললৈ এটা ইঞ্জিনযুক্ত ফেৰীসেৱা বন্ধ - মাজুলী

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত জলমগ্ন হৈছে মাজুলীৰ নৈপৰীয়া অঞ্চল ৷ ব্ৰহ্মপুত্ৰৰ বুকুত অনিদিষ্ট কাললৈ এটা ইঞ্জিনযুক্ত ফেৰীসেৱা বন্ধ ৷

মাজুলীত অনিৰ্দিষ্ট কাললৈ এটা ইঞ্জিনযুক্ত ফেৰীসেৱা বন্ধ

By

Published : Jul 9, 2019, 5:06 PM IST

  • ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত জলমগ্ন মাজুলীৰ বহু অঞ্চল
  • ব্ৰহ্মপুত্ৰৰ বুকুত এটা ইঞ্জিনযুক্ত ফেৰীসেৱা অনিদিষ্ট কাললৈ বন্ধ
  • জলমগ্ন মাজুলীৰ নৈপৰীয়া গাঁও সমূহ
  • আভ্যন্তৰীণ জল পৰিবহণ বিভাগে বন্ধ কৰিছে এটা ইঞ্জিনযুক্ত ফেৰীসেৱা
  • ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবেই এই সিদ্ধান্ত বিভাগৰ
  • অফলামুখ পাৰ ঘাটলৈ যোৱাৰ পথৰ ওপৰত পানী
    মাজুলীত অনিৰ্দিষ্ট কাললৈ এটা ইঞ্জিনযুক্ত ফেৰীসেৱা বন্ধ

For All Latest Updates

ABOUT THE AUTHOR

...view details