অসম

assam

ETV Bharat / state

মাজুলীত শতাধিক শামুকভঙা চৰাইৰ মৃত্যু - মাজুলী বনগাঁও ছোৱালী হাইস্কুল

মাজুলীত শতাধিক চৰাইৰ মৃত্যু ৷ বৃহৎ সংখ্যক পক্ষীৰ মৃত্যু স্থানীয় লোকৰ শোক প্ৰকাশ ৷

শামুকভঙা চৰাইৰ মৃত্যু

By

Published : Sep 10, 2019, 4:52 PM IST

মাজুলী, 10 ছেপ্টেম্বৰঃসোমবাৰে নিশা মাজুলীৰ বনগাঁৱত এক কৰুণ ঘটনা সংঘটিত হয় ৷ নিশা অহা এজাক বতাহ বৰষুণত মাজুলী বনগাঁও ছোৱালী হাইস্কুলৰ সমীপৰ কেবাজোপা গছত বাস কৰা শামুকভঙা চৰাই জাকটোৰ 150টাৰো অধিক পোৱালি গছৰ পৰা পৰি মৃত্যু হয় ৷

শামুকভঙা চৰাইৰ মৃত্যু

ইমান বৃহৎ সংখ্যক পক্ষীৰ মৃত্যু আৰু আহত হোৱাত স্থানীয় লোকসকলে শোক প্ৰকাশ কৰে ৷

ABOUT THE AUTHOR

...view details