মাজুলী,29 মাৰ্চ: চাৰিশ বছৰীয়া পৰম্পৰাৰে মাজুলীত উদযাপন কৰা হৈছে ফল্গুৎসৱ । চাৰিশ বছৰীয়া পৰম্পৰাৰে মাজুলীত উদযাপন কৰা হৈছে ৰঙৰ উৎসৱ ফাকুৱা । মাজুলীত এতিয়া যুৱকৰ পৰা বুঢ়ালৈকে সকলোৱে ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দত মতলীয়া ।
চাৰিশ বছৰীয়া পৰম্পৰাৰে মাজুলীত উদযাপন ফল্গুৎসৱ - মাজুলীত পালন কৰা হৈছে ফল্গুৎসৱ
চাৰিশ বছৰীয়া পৰম্পৰাৰে মাজুলীত উদযাপন কৰা হৈছে ফল্গুৎসৱ ৷ মাজুলীৰ সত্ৰসমূহ এতিয়া নাম-প্ৰসংগৰে মুখৰিত ৷
৪শ বছৰীয়া পৰম্পৰাৰে মাজুলীত ফল্গুৎসৱ
মাজুলীৰ চামগুৰি সত্ৰত তিনিদিনীয়াকৈ পৰম্পৰাগত ভাৱে পালন হৈছে ফাকুৱা । মাজুলীৰ দক্ষিণপাট, নতুন চামগুৰি, বেঙেনাআটী, গড়মূৰ আদি কেইবাখনো ঐতিহ্যপূৰ্ণ সত্ৰত নাম প্ৰসংগৰে মুখৰিত হৈছে । মাজুলীৰ গাঁৱে ভূঞে দেখা গৈছে ফাকুৱাৰ আনন্দ । মাজুলীৰ ঠায়ে ঠায়ে বোকা ধেমালিও কৰা দেখিবলৈ পোৱা গৈছে ।