অসম

assam

ETV Bharat / state

নৱবৰ্ষৰ প্ৰথম দিনত মাজুলীত উৎসৱমুখৰ পৰিৱেশ

মাজুলীৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন লোকে বনভোজ খোৱা পৰিলক্ষিত হৈছে ৷ ব্যস্ততাৰ মাজতে অলপ সময় উলিয়াই জিলাখনৰ সাংবাদিক সকলেও বনভোজ খাই আদৰিলে ইংৰাজী নৱ বৰ্ষক ৷

By

Published : Jan 1, 2021, 10:42 PM IST

happy-new-year-celebrate-in-majuli-peoples
নৱবৰ্ষৰ প্ৰথম দিনত মাজুলীত উৎসৱমুখৰ পৰিৱেশ

মাজুলী, 1 জানুৱাৰী :ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত মাজুলীৰ বিভিন্ন স্থানত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৷ বিভিন্ন প্ৰান্তৰ লোকসকলে আনন্দ মনেৰে ওলাই আহিছে বনভোজ খাবলৈ ৷

নৱবৰ্ষৰ প্ৰথম দিনত মাজুলীত উৎসৱমুখৰ পৰিৱেশ

মাজুলীৰ কমলাবাৰী ফেৰীঘাট আৰু শালমৰাত বিভিন্ন লোকে বনভোজ খাবলৈ অহা পৰিলক্ষিত হৈছে ৷ অন্য লোকৰ লগতে প্ৰতিদিনে কৰ্মত ব্যস্ত থকা সাংবাদিক সকলেও শালমৰাত বনভোজ খোৱা পৰিলক্ষিত হৈছে ৷ বনভোজত উপস্থিত সকলোৱে 2021 বৰ্ষটোত অসমবাসীৰ মংগল কামনা কৰাৰ লগতে জনালে ইংৰাজী নৱ বৰ্ষৰ শুভেচ্ছা ৷

লগতে পঢ়ক :কাটিগঢ়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে

ABOUT THE AUTHOR

...view details